46
ছাদিকুজ জামান, মোৰাঝাৰঃ গোলাঘাটৰ সুৰা ট্ৰেজেডিৰ পাছত ৰাজ্যত নিষিদ্ধ কৰা হৈছিল লালিগুৰ। এই ট্ৰজেডিৰ পাছতে আৰক্ষী প্ৰশাসনে বিভিন্ন ঠাইত অভিযান চলাই ছিল কৰিছে বহুকেইটা লালিগুৰৰ গুদাম।
এই লালিগুৰ চৰকাৰে নিষিদ্ধ কৰাৰ পাছত এতিয়া চৰম অনিশ্চয়তাত ভুগিছে কুঁহিয়াৰ ব্যৱসায়ী তথা গুৰ ব্যৱসায়ীসকল। এক প্ৰকাৰ উলুৰ লগত বগৰী পোৰাৰ লেখীয়া হৈ পৰিছে।