Home ৰাজ্যশ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ আয়োজন

শ্রীশ্রী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ আয়োজন

by News Desk
A+A-
Reset
5c376045-c6f5-49b0-8992-2cf2b661db74

নগাঁওঃ বসন্ত কালত পালন কৰা উৎসৱ সমূহৰ ভিতৰত দৌল যাত্রা উৎসৱ অন্যতম। জগত গুৰু শ্রী শংকৰদেৱে বটদ্রৱাত পোন প্রথমবাৰৰ বাবে এই দৌল উৎসৱ পাতিছিল৷ সেই ঐতিহ্যক সৰোগত কৰি মহা আড়ম্বৰপূৰ্ণভাবে প্রতি বছৰে দৌল উৎসৱ বা ফাকুৱা ফাল্গু পূৰ্নিমা তিথিত পালন কৰা হয়। তদ্ৰুপ এইবাৰো অহা ২০ৰপৰা ২৪ মাৰ্চলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে বৰদোৱা থানত দৌলযাত্ৰা মহোৎসৱৰ আয়োজন কৰা হৈছে। 

ইতিমধ্যে শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিৰ তত্বাৱধানত উৎসৱটি নিয়াৰিকৈ পালন কৰিবৰ বাবে ১২ খন উপ সমিতি গঠন কৰি থান চৌহদত প্রায় ৫ লক্ষাধিক ৰ্তীথ যাত্রীক আদৰণি জনোৱাৰ বাবে পানী, বিজুলী, চিকিৎসা, খাদ্য আদি সকলোবোৰ সুবিধাৰ বাবে উপ-সমিতি সমূহে খৰতকীয়া গতিত কাম অব্যাহত ৰাখিছে। ২০ মাৰ্চত গন্ধোৎসৱৰ সন্ধ্যা গোসাঁইক (শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ) গায়ন-বায়ন আৰু ভক্তসবে গাই বাই থানৰ উত্তৰে থকা আকাশী গংগাৰ তীৰৰ এটি অস্থায়ী (গন্ধঘৰ) ঘৰলৈ নি বিঘিনি নাশক মন্ত্ৰ উচ্চাৰণ কৰি পাছত গন্ধঘৰটো পুৰি গোসাঁইক তাৰপৰা লৈ আহি ৰভাতলত স্থাপন কৰা হ’ব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0