Home ৰাজ্যসত্ৰীয়া শিল্পী জগন্নাথ বায়নৰ গুৰুতৰ শৰীৰ অৱস্থা

সত্ৰীয়া শিল্পী জগন্নাথ বায়নৰ গুৰুতৰ শৰীৰ অৱস্থা

by News Desk
A+A-
Reset
2d5119a9-f02d-4fbe-bb3e-aca5379ead39

বৰপেটাঃ বৰপেটা সত্ৰৰ বয়োজ্যেষ্ঠ বায়ন, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, সত্ৰভূষণ জগন্নাথ বায়ন গুৰুতৰ ভাৱে অসুস্থ৷ সোমবাৰে সন্ধিয়া শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা শিল্পী গৰাকীক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়৷ 

শিল্পী গৰাকীক ততাতৈয়াকৈ কৃত্ৰিম শ্বাস প্ৰশ্বাস দিবলগীয়া হৈছে৷ ৯৫ বয়সীয়া শিল্পী গৰাকীয়ে বিগত মাহত দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰপৰা সংগীত নাটক অকাডেমী বঁটা গ্ৰহণ কৰিছিল৷ আনহাতে, তেওঁৰ শুভাকাংক্ষী তথা আত্মীয়কলে তেওঁ অতি সোনকালে সুস্থ হ’বলৈ প্ৰাৰ্থনা জনাইছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0