Home ৰাজ্যঐতিহাসিক জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত দৌল উৎসৱৰ আয়োজন

ঐতিহাসিক জামুগুৰি সাৰ্বজনীন গৰখীয়া থানত দৌল উৎসৱৰ আয়োজন

by News Desk
A+A-
Reset
f5712b91-c292-4960-94b7-997ee8688eef

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ইতিহাস প্ৰসিদ্ধ জামুগুৰি সাৰ্ব্বজনীন গৰখীয়া থানত ১৯৯৩ চনৰপৰা উদযাপন কৰি অহা দৌল উৎসৱভাগে যোৱা বছৰ ৰূপালী জয়ন্তী মহোৎসৱ গৰকি এইবাৰ ২৬ তম বৰ্ষত আৰোহন কৰিছে। বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো অহা ২০ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে দৌল উৎসৱটি উদযাপনৰ দিহা কৰা হৈছে বুলি উদযাপন সমিতিৰ সভাপতি গম্ভীৰ নাথ তথা সম্পাদকদ্বয় ৰুহিত চন্দ্ৰ নাথ আৰু প্ৰদীপ কুমাৰ নাথে জানিব দিছে। 

প্ৰকাশিত বিস্তৃত কাৰ্যসুচী অনুসৰি ২০ মাৰ্চত পুৱাৰ ভাগত স্বচ্ছ অভিযান আৰু পৰিৱেশ নিকাকৰন, বৃক্ষৰোপন, শৰাই সফুঁৰা গ্ৰহন, মধ্যাহ্ন প্ৰসঙ্গ আৰু কীৰ্তন পাঠ। বিয়লি ১ বজাৰপৰা একাদিক্ৰমে আইসকলৰ নাম পৰিৱেশন, প্ৰদৰ্শনী দ্বাৰ উন্মোচন, সমুহীয়া বন্তি প্ৰজ্বলন আৰু মংগল ধ্বনি, সন্ধ্যা প্ৰসঙ্গ আৰু কীৰ্তন পাঠ, বৰ ধেমালিৰ লগতে নিশালৈ ভক্তি মুলক গীতৰ নৃত্যানুষ্ঠান অনুষ্ঠিত হ’ব। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0