Home ৰাজ্যলিডুত ভয়ংকৰ পথ দুৰ্ঘটনা

লিডুত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
A+A-
Reset
795c4f7f-f58f-41f0-b8bc-402a0c0d1b42

লিডুঃ লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু পেট্ৰল পাম্পৰ সমীপৱৰ্তী ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে বিয়লি সংঘটিত হয় এক পথ দুৰ্ঘটনা৷ লিডুৰপৰা মাৰ্ঘেৰিটা দিশে গৈ থকা AS O1 kc 2729 নম্বৰৰ এখন কয়লা বুজা কঢ়িওৱা গাড়ীৰ লগত বিপৰীত দিশৰপৰা আহি থকা AS O3 H 2194 নম্বৰৰ এখন বলেৰ’ পেচেঞ্জাৰ গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়৷ 

সংঘৰ্ষত বলেৰ’ পেচেঞ্জাৰ গাড়ীখনৰ ভিতৰত থকা তিনিজন ব্যক্তিৰ ভিতৰত দুজন ব্যক্তি গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে৷ আঘাত প্ৰাপ্ত ব্যক্তি কেইজনক স্থানীয় লোকৰ তৎপৰতাত ততালিকৈ মাৰ্ঘেৰিটাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ বৰ্তমানলৈকে আঘাতপ্ৰাপ্ত ব্যক্তি দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই৷ আনহাতে, বৰ্তমান দুয়োখন গাড়ী লিডু আৰক্ষীৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0