56
ওদালগুৰিঃ ৰঙৰ উৎসৱ ফাকুৱা পালেহিয়েই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফাকুৱা তথা হোলীক লৈ আৰম্ভ হৈছে ব্যাপক আনন্দ-উচাহ।
২১ মাৰ্চ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যই ব্যাপক আনন্দ-উচাহৰ মাজেৰে পালন কৰিব এই হোলী। কিন্তু কিছু ক্ষেত্ৰত ব্যতিক্ৰমী হিচাপে পৰিগণিত সত্ৰ নগৰী বৰপেটাৰ লগতে এই সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি অহা ওদালগুৰি চহৰৰ সত্ৰ-নামঘৰসমূহ।