দৰঙৰ চৰনধৰাত শ্ৰী শ্ৰী কৃষ্ণ দৌল উৎসৱ

Home ৰাজ্যদৰঙৰ চৰনধৰাত শ্ৰী শ্ৰী কৃষ্ণ দৌল উৎসৱ

দৰঙৰ চৰনধৰাত শ্ৰী শ্ৰী কৃষ্ণ দৌল উৎসৱ

by News Desk
80 views
A+A-
Reset

মংগলদৈঃ দৰং জিলাৰ বৃহত্তৰ চৰনধৰাত বিগত চাৰি বছৰৰ দৰে এইবেলিও চাৰিদিনীয়া কাৰ্য্যসুচীৰে অহা ২০, ২১, ২২, ২৩ মাৰ্চত আয়োজন কৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱ৷ ইতিমধ্যে হেমচন্দ্ৰ নাথক সভাপতি, ধনমণি শইকীয়াক কাৰ্যকৰী সভাপতি, উপেন নাথক মুখ্য সম্পাদক হিচাপে লৈ উদযাপন সমিতিখন গঠন কৰি প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ 

দৌল উৎসৱৰ কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা ২০ তাৰিখে ৰাতিপুৱা ৫-৩০ বজাত বন্তি প্ৰজ্বালন, ৮ বজাত স্বচ্ছ অভিযান, ৯ বজাত ধৰ্মধ্বজা উত্তোলন, ৯-১৫ বজাত স্মৃতি তৰ্পণ, ৯-৩০ বজাত সেউজী ধৰণী, ৯-৪৫ বজাত মূল তোৰণৰ দ্বাৰ উন্মোচন, ১০ বজাত মূল সভাগৃহৰ দ্বাৰ উন্মোচন, ১০-৩০ বজাত শংকৰী কলাকৃষ্টি বিকাশ ভৱনৰ দ্বাৰ উন্মোচন, ১১-১০ বজাত দিহানাম প্ৰতিযোগিতা দিনৰ, ১ বজাত আয়তীৰ পানী তোলা, ১-৩০ বজাত মহাপ্ৰসাদ গ্ৰহণ, সন্ধিয়া ৬ বজাত দৌল মণ্ডপৰ মূল দ্বাৰ উন্মোচন, ৬-৩০ বজাত বন্তি প্ৰজ্বলন, ৭-৩০ বজাত দৌল মণ্ডপত গোঁসাই স্থাপন, ৮-৩০ বজাত নাগাৰা নাম প্ৰদৰ্শন৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0