104

তেজপুৰঃ “অসম আন্দোলন” আকাশে বতাহে আন্দোলনৰ চিঞৰ। বাংলাদেশী খেদাৰ হুংকাৰ। আকাশত জুইৰ দাবানল। অন্যতম সাহসী তেজপুৰৰ ছাত্ৰ নেতা ভূপেন ডেকা যাৰ তেজত প্ৰতিক্ষণে প্ৰবাহিত আছিল অসম প্ৰেম। যাৰ উদ্দাত্ত কণ্ঠৰ আহ্বানত ওলাই আহিছিল শত সহস্ৰ প্ৰতিবাদী জনতা৷