Home ৰাজ্যহোজাইত জঘন্য ঘটনা

হোজাইত জঘন্য ঘটনা

by News Desk
115 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এটা লম্পটৰ কামনাৰ বলি হৈ আঁঠ মাহৰ গৰ্ভৱতী হোৱা এগৰাকী নাবালিকাই ন্যায় বিচাৰি দ্বাৰস্থ হৈছে আৰক্ষীৰ। ইফালে, অবৈধ সন্তানৰ বোজা কঢ়িয়াই লৈ ফুৰা নাবালিকাগৰাকীৰ পৰিয়ালক ৰাইজে সমাজচ্যুত কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। 

সমাজত এনে কাণ্ড যাতে পুনৰ কোনেও সংঘটিত কৰিব নোৱাৰে তাৰ বাবে নাবালিকা গৰাকীৰ পৰিয়ালক সমাজচ্যুত কৰা বুলি একাংশ মাতব্বৰে মন্তব্য কৰে। ঘটনা সংক্ৰান্তত জানিব পৰা মতে, হোজাইৰ জয়নগৰৰ সমীপৱৰ্তী শিংঙিৰপাৰৰ কামাল উদ্দিন নামৰ দৰিদ্ৰ লোকজনৰ মাটি বাৰী নথকাত স্থানীয় ৰফিক উদ্দিনৰ ঘৰত ৰায়ত হিচাপে থাকে। দীৰ্ঘদিনৰপৰা ৰফিক উদ্দিনৰ ঘৰতে ৰায়ত হিচাপে বাস পৰি আছিল কামাল উদ্দিন। লগত আছিল দ্বিতীয় পত্নীৰ উপৰিও নিজৰ প্ৰথমা পত্নীৰ ১৪ বছৰীয়া এগৰাকী কন্যা সন্তান। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0