103
ডিমাকুছিঃ ডিমাকুছিৰ বৰঙাজুলি চাহ বাগিছাত মৃতদেহ উদ্ধাৰ৷
উদ্ধাৰ হোৱা মৃতদেহটো ছহিদ আলি (৫৫) ৰ বুলি জানিব পৰা গৈছে৷ বৰঙাজুলি চাহবাগিছাৰ শ্ৰমিক আলিয়ে ঘাহঁ কাটিব বুলি ওলাওতে এই ঘটনা সংঘটিত হয়৷ মূৰ আৰু ভৰিত আঘাতৰ চিন স্পষ্ট থকাৰ লগতে স্থানীয় লোকে চাহবাগানৰ গাড়ীয়ে দূৰ্ঘটনা সংঘটিত কৰি পেলাই থোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে৷