92
গুৱাহাটীঃ জনসংযোগ বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ত নিযুক্তি কেলেংকাৰীৰ চিবিআইৰ তদন্তৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
উক্ত কাৰ্যসূচীৰ প্ৰতি সমৰ্থন জনায় কামৰূপ মহানগৰ জিলা সমিতিয়েও মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্যসূচী। উক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা ছাত্ৰ-সন্থাৰ সদস্যসকলৰ লগতে বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে।