২০১৯ লোকসভা নিৰ্বাচনৰ সুবিধাৰ্থে জিলা উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন কোষ গঠন

Home ৰাজ্য২০১৯ লোকসভা নিৰ্বাচনৰ সুবিধাৰ্থে জিলা উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন কোষ গঠন

২০১৯ লোকসভা নিৰ্বাচনৰ সুবিধাৰ্থে জিলা উপায়ুক্ত কাৰ্যালয়ত বিভিন্ন কোষ গঠন

by News Desk
72 views
A+A-
Reset

ডিফুঃ আসন্ন ২০১৯ লোক সভা নিৰ্বাচনৰ ৩ নং ডিফু (জনজাতি) লোক সভা সমষ্টিত এজন সাংসদ নিৰ্বাচনৰ বাবে কাৰবি আংলং জিলা উপায়ুক্ত কাৰ্যালয়েও ব্যাপক প্ৰস্তুতি চলাইছে৷ সমষ্টিটোত আসন্ন লোক সভা নিৰ্বাচনটি যাতে সুকলমে আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে পাৰ হয় তাৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ে ডিফুস্থিত উপায়ুক্ত কাৰ্যালয়ত ক্ৰমে, ব্যক্তিগত ব্যৱস্থাপনা কোষ, আদৰ্শ আচৰণ বিধি কোষ, প্ৰচাৰ ব্যৱস্থাপনা কোষ, ব্যয় কোষ, কল্যাণ কোষ, স্বাস্থ্য কোষ গঠন কৰি কোষ সমূহক নিজৰ নিজৰ দায়িত্ব অৰ্পণ কৰিছে৷ 

বিগত দুদিনত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ মণ্ডলৰপৰা ব্যয় পৰ্যবেক্ষক আই আৰ এছ ছৈ কানথাং ডিফু বোকাজান, হামৰেণ আৰু ডিমা হাচাও পৰিদৰ্শন কৰি কোষ সমূহৰ লগতে বিভিন্ন ৰাজনৈতিক দল সমূহৰ ব্যয় সংক্ৰান্তীয় দিশ সমূহ পৰ্যবেক্ষণ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0