Home ৰাজনীতিডিকমত বিজেপি নিৰ্বাচনীৰ প্ৰচাৰ

ডিকমত বিজেপি নিৰ্বাচনীৰ প্ৰচাৰ

by News Desk
A+A-
Reset
fdda3cec-5219-4081-8746-3087cab1a5f4

ডিব্ৰুগড়ঃ আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায় নিৰ্বাচন দিন ক্ৰমান্বয়ে চমু চাপি অহাত প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰ ৰাইজৰ মন আৰ্কষিত কৰিবলৈ দিনে নিশাই কৰ্মীসকল উঠি পৰি লগা পৰিলক্ষিত হৈছে। 

শুকুৰবাৰে লক্ষীমপুৰ লোকসভা সংসদীয় সমষ্টি ভাৰতীয় জনতা পাটীৰ উদ্যোগত কেইবা সহস্ৰধিক ৰাইজৰ উপস্থিতিত ডিকমত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। বিজেপি নেতা মৃদুল ৰাজখোৱাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত লক্ষীমপুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা সাংসদ প্ৰদান বৰুৱা, চাবুৱা সমষ্টিৰ জনপ্ৰিয় বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0