Home ৰাজ্যএক ইশ্বৰবাদৰ শৰণাপন্ন হ’ল অৰ্ধ শতাধিক পুৰুষ-মহিলা

এক ইশ্বৰবাদৰ শৰণাপন্ন হ’ল অৰ্ধ শতাধিক পুৰুষ-মহিলা

by News Desk
A+A-
Reset
51331809-9616-4c9a-90b8-ff9e3708f101

ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধান সভা সমষ্টিৰ অন্তৰ্গত ইকৰাতলী খনিকৰ গাঁৱত বৃহস্পতিবাৰে অৰ্ধশতাধিক পুৰুষ আৰু মহিলাই মটক সমাজৰ পৰম্পৰা আৰু ৰীতি-নীতিৰে এক ইশ্বৰ ধৰ্মত ইশ্বৰৰ ওচৰত শৰণ গ্ৰহণ কৰে। 

ঐতিহাসিক মায়ামৰা মদাৰখাত আৰু দিনজয় সত্ৰৰ সত্ৰাধিকাৰে ভক্তপ্ৰাণ লোকসকলক শৰণ দান কৰে। ন-শৰণীয়া সকলক গায়ন-বায়নেৰে শৰণ কাৰ্যৰ বাবে চেঁচা নদীলৈ দীঘলীয়া শাৰীৰে সহস্ৰাধিক ৰাইজে আদৰি নিয়ে। মটক সকলৰ পবিত্ৰ হিচাপে মানি অহা চেঁচা নদীত স্নান কৰি শৰণ কাৰ্যৰ বিভিন্ন নীতি-নিয়ম আৰম্ভ কৰা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0