55
বিহালীঃ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSPৰ বৃহত্তৰ দক্ষিণ চতিয়া আঞ্চলিক সমিতি গঠনাৰ্থে বৃহস্পতিবাৰে কলাকাটি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় এক ৰাজহুৱা সাধাৰণ সভা। সভাত সভাপতিত্বত কৰে পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰে।
