56
চামগুৰিঃ ৰঙৰ উৎসৱ ফাকুৱাৰ আনন্দৰ মাজতে চামগুৰিৰ আমনিত অকাল মৃত্যুক সাবতিবলগীয়া হ’ল এজন যুৱকে। চামগুৰিৰ আমনিত শুকুৰবাৰে বিয়লি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাই ম্লান কৰিলে সমগ্ৰ অঞ্চলটোতে উদযাপিত আবিৰৰ মাদকতা।
বিয়লি আমনিৰপৰা চামগুৰি অভিমুখি AS-01BL-0442 নম্বৰৰ এখন পালচাৰ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইদাৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় পথ দূৰ্ঘটনাটো।