67
গুৱাহাটীঃ হাতে হাতে লাঠী লৈ নিশা মহানগৰীৰ ৰাজপথত মহিলাৰ ৰুদ্ৰ মূৰ্তি। আৰক্ষী, আবকাৰী বিভাগৰ কামত মুঠেই সন্তষ্ট নহয় এই সকল মহিলা।
সেয়েহে দুৰ্গা ৰূপ ধাৰণ কৰি মহিলাসকলে মহানগৰীত চলালে সুৰা বিৰোধী অভািযান। সন্ধিয়াৰে পৰা নিশা এপৰলৈ ভিন্ন স্থানত স্বাধীন নাৰী শক্তি নামৰ সংগঠনটোৰ মহিলাসকলৰ খেদা খাই বাপ বাপ সুঁৱৰিলে বহু সুৰাপায়ী পুৰুষে।