Home ৰাজ্যলংনিটত ভয়াৱহ পথ দুৰ্ঘটনা, আহত ১৫ জনৰো অধিক

লংনিটত ভয়াৱহ পথ দুৰ্ঘটনা, আহত ১৫ জনৰো অধিক

by News Desk
94 views
A+A-
Reset

ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙৰ লংনিটত দেওবাৰে এক ভয়াৱহ পথ দূৰ্ঘটনাত ১৫-২০ জন লোক আহত হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ 

জানিব পৰা মতে, দেওবাৰে ডিলাই থানা অন্তৰ্গত লংনিটত ডিফুৰপৰা গুৱাহাটী অভিমুখী এএছ ০১ ডিএম ৬৩১১ নম্বৰৰ ছুইফ্ট ডিজায়াৰখনৰ সৈতে ডিফুৰ চুতীয়ানালাৰ ছাই স্পৰ্টচ কমপ্লেক্সত অনুষ্ঠিত হৈ থকা বিজেপিৰ নিৰ্বাচনী জনসভাত অংশ গ্ৰহণ কৰিবলৈ আহি থকা এএছ ০২ বিচি ৫৮৩৪ নম্বৰৰ টাটা মোবাইল গাড়ী দুখনেৰে মুখামুখী সংঘৰ্ষ হৈ দুৰ্ঘটনা গ্ৰস্থ হোৱাৰ লগতে দুয়োখন বাহনৰ ১৫-২০ গৰাকী যাত্ৰী কম-বেছি পৰিমানে আহত হৈ ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ’বলগীয়া হয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0