Home ৰাজনীতিমনোনয়ন দাখিলৰ পূৰ্বে প্ৰৱল আত্মবিশ্বাসী প্ৰদীপ কুমাৰ দৈমাৰী

মনোনয়ন দাখিলৰ পূৰ্বে প্ৰৱল আত্মবিশ্বাসী প্ৰদীপ কুমাৰ দৈমাৰী

by News Desk
A+A-
Reset
1a1f386f-8e4e-4d0a-b70b-be8f5dbfd3fd

ওদালগুৰিঃ দেশৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ বাবে ২৬ মাৰ্চক অন্তিম দিন হিচাপে ধাৰ্য কৰিছিল দেশৰ নিৰ্বাচনী আয়োগে। সেই অনুসৰি অন্তিম দিনটোৰ আগদিনাখনেই ৮ নম্বৰ মংগলদৈ লোকসভা সমষ্টিৰ বাবে বহুজনে দাখিল কৰিলে নিজৰ মনোনয়ন-পত্ৰ।

ইউনাইটেড পিপলছ পাৰ্টী লিৱাৰেল চমুকৈ ইউপিপিএলৰ মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়েও সোমবাৰে দাখিল কৰে মনোনয়ন-পত্ৰ। পুৱাই ওদালগুৰিস্থিত পিজেএচিবিএমৰ কাৰ্যালয় তথা এনডিএফবি(প্ৰ)ৰ মনিটৰিং কেম্পৰপৰা এক বিশাল সমদলেৰে দৰং জিলাৰ সদৰ মংগলদৈ লৈ গৈ বিভাগীয় বিষয়াৰ হাতত নিজৰ মনোনয়ণ-পত্ৰ দাখিল কৰে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0