54
গুৱাহাটীঃ বিজেপিত যোগদান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াৰ।
২২ বছৰ ধৰি আটাছুৰ সৈতে জড়িত আছিল অশ্বিনী চেতিয়া। ২০১৬ত বিধানসভাৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থান লাভ কৰিছিল চেতিয়াই।