60
মৰিয়নীঃ জেঙনি বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে পথ অৱৰোধ কৰে। কিশোৰী বলাৎকাৰীক গ্ৰেপ্তাৰৰ দাবীত এই অৱৰোধ। ২৪ মাৰ্চত এগৰাকী কিশোৰীক নিজ দদায়েকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ স্থানীয় লোকৰ।
বৰ্তমান পলাতক অভিযুক্ত ৰমেশ ওৰাং নামৰ লম্পটো৷ ৪৮ ঘন্টা পাছতো অভিযোক্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত মঙলবাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে৷