Home ৰাজনীতিঅন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ পৰ্ব

অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ পৰ্ব

by News Desk
61 views
A+A-
Reset

গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা চলি থকা সময়তে আজি অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ পৰ্ব। দেশৰ অন্যান্য ৰাজ্যৰ লগতে এই দ্বিতীত পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত অসমৰ পাঁচটা লোকসভাৰ সমষ্টিত অনুস্থিত হ’ব ভোটগ্ৰহণ।সেই অনুসৰি শিলচৰ, কৰিমগঞ্জ, ডিফু, মঙলদৈ, নগাঁৱত হ’ব দ্বিতীয় পৰ্যায়ত লোকসভাৰ নিৰ্বাচন।

মঙলবাৰে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনা নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দাখিল কৰে মনোনয়ন-পত্ৰ। বিজেপিৰ ৰূপক শৰ্মা সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰণজিৎ কুমাৰ দাস। আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ সৈতে উপস্থিত থাকে ৰিপুন বৰা, ৰকিবুল হুছেইন প্ৰমুখ্যে সমৰ্থকসকল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0