62
লখিমপুৰঃ মনোনয়ন-পত্ৰ নাকচ হোৱাৰপৰা কোনোমতে ৰক্ষা পৰিল লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী অনিল বৰগোহাঁই।
♦ বুধবাৰে গধূলি পৰীক্ষণ প্ৰক্ৰিয়াৰ সমাপ্তিৰ লগে লগেই ৰকিবুল হুছেইনে কংগ্ৰেছ কাৰ্যালয়ত সম্বোধন কৰে এখন সংবাদমেলৰ।