Home ৰাজনীতিকংগ্ৰেছৰ “ন্যুন্যতম আয় যোজনা” আঁচনিকলৈ কংগ্ৰেছ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ সংবাদ মেল

কংগ্ৰেছৰ “ন্যুন্যতম আয় যোজনা” আঁচনিকলৈ কংগ্ৰেছ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ সংবাদ মেল

by News Desk
A+A-
Reset
1d3fd007-236b-4c8b-89f6-7bb2e7441fa6

ডিফুঃ  আসন্ন লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে ঘোষণা কৰা দেশৰ দৰিদ্ৰ সকলৰ বাবে পৃথিৱীৰ ভিতৰত  বৃহৎ আঁচনি “ন্যুনতম আয় যোঁজনা”ক লৈ সাংসদ তথা ডিফু (জনজাতি) লোক সভা সমষ্টিৰ প্ৰাৰ্থী বীৰেণছিং ইংতিয়ে জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে বিয়লি এক সংবাদ মেলৰ আয়োজন কৰে৷ 

সাংসদ বীৰেণ চিং ইংতিয়ে “ন্যুনতম আয় যোজনা”ৰ উদৃতি দি কয় যে ২০ শতাংশ দৰিদ্ৰ পৰিয়ালক বছৰি ৭২ হাজাৰ টকা প্ৰদান কৰাৰ সম্পূৰ্ণ গেৰাণ্টি, উক্ত ৭২ হাজাৰ টকা মহিলাৰ একাউণ্টত প্ৰত্যক্ষভাৱে সোমোৱাই দিয়া হ’ব৷ উক্ত ঐতিহাসিক পদক্ষেপৰ জৰিয়তে ৫ কোটি জনতা উপকৃত হ’ব৷ জনকল্যাণমূলক কোনো আঁচনি কৰ্তন কৰা নহ’ব, ছাবছিডি সমুহ অক্ষত থাকিব৷ কংগ্ৰেছ-ইউপিএই মহাত্মা গান্ধী এনৰেগা আঁচনিৰ ৰূপায়ণৰ জৰিয়তে ১৪ কোটি লোকক উপকৃত কৰাৰ লগতে ‘ন্যুনতম আয় যোজনা’ৰ জৰিয়তে ২৫ কোটি লোকৰ সহায় হ’ব৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0