65
গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ অসমৰ বাকী চাৰিটা সমষ্টিৰ বাবে কংগ্ৰেছৰ চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰায় নিশ্চিত। কেৱল অনুষ্ঠানিকভাৱেহে ঘোষণা কৰিবলৈ বাকী৷
সেই অনুসৰি ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থীৰ ভিতৰত আবু তাহেৰ বেপাৰী, বৰপেটাত আব্দুল খালেক, কুকুৰাঝাৰত শব্দ ৰাভা আৰু গুৰুত্বপূৰ্ণ গুৱাহাটীৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব ববিতা শৰ্মা।