71
তেজপুৰঃ তেজপুৰত শনিবাৰৰেপৰা দুদিনীয়া কাৰ্যসূচীৰে আৰাম্ভ হৈছে সদৌ ভাৰত জ্যোতিষ সন্মিলন।
আজি সন্মিলনখন উদ্ধোধন কৰি জ্যোতিষী ওম প্ৰকাশ পাণ্ডিয়াই বৰ্তমান সমাজ ব্যৱস্থাত জ্যোতিষ শাস্ত্ৰৰ প্ৰয়োজন বুলি কয়।