Home ৰাজ্যবৰবৰীৰ শিৱ-দুৰ্গা মন্দিৰত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ আয়োজন

বৰবৰীৰ শিৱ-দুৰ্গা মন্দিৰত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ আয়োজন

by News Desk
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ বৰবৰী থান উন্নয়ন সমিতিৰ উদ্যোগত আৰু শতবাৰ্ষিকী উদযাপন সমিতিৰ সৌজন্যত বৰবৰী শিৱ-দুৰ্গা মন্দিৰত সমাগত ৯ এপ্ৰিলৰপৰা ১৫ এপ্ৰিল তাৰিখলৈকে সাতদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ গৰকা শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ আয়োজন কৰা হৈছে৷ 

সেই অনুসৰি ৯ এপ্ৰিলৰ পুৱা ৭:৩০ বজাত বৰবৰী থান উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন চক্ৰৱৰ্তীয়ে উন্নয়ন সমিতিৰ পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷ পুৱা ৮ বজাত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ ১০০ খন পতাকা উত্তোলন কৰাৰ হ’ব৷ পুৱা ১০ বজাত শ্বহীদ তৰ্পণ আৰু মাল্যাৰ্পণ অনুষ্ঠান৷ ১০:৩০ বজাত স্মৃতি তৰ্পণ অনুষ্ঠান৷ দিনৰ ১২ বজাত শ্ৰীশ্ৰী বাসন্তী পূজাৰ শতবাৰ্ষিকী সমাৰোহৰ উদ্ধোধন কৰিব বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0