Home ৰাজনীতিকংগ্ৰেছে এটা পৰিয়ালক সেৱা কৰে, কিন্তু বিজেপিয়ে দেশৰ জনতাকহে সেৱা কৰেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছে এটা পৰিয়ালক সেৱা কৰে, কিন্তু বিজেপিয়ে দেশৰ জনতাকহে সেৱা কৰেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

by News Desk
A+A-
Reset
him

জাজৰিৰ বেলতল খেলপথাৰৰপৰা জয়ন্ত মুদৈ, নগাঁওঃ “জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, যি গৰাকীয়ে অসমীয়া জাতিক প্ৰাণ দিলে, সংস্কৃতি দিলে সেই গুৰুজনাৰ আদৰ্শ বিজেপিৰ প্ৰতিজন কৰ্মীয়ে মানি চলে৷ তেৰাক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ৷ বিজেপিয়ে এটা পৰিয়ালক সেৱা নকৰে৷ সমগ্ৰ দেশবাসীকহে সেৱা কৰে৷ কিন্তু কংগ্ৰেছ এনেকুৱা এটা দল যিয়ে অতীজৰেপৰা এটা নিৰ্দিষ্ট পৰিয়ালৰ সেৱা-শুশ্ৰূষাতহে ব্যস্ত আছে৷” এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ৷

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰিৰ বেলতল খেলপথাৰত দেওবাৰে আয়োজিত এক বিশাল নিৰ্বাচনী সভাত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত দহ বছৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে মনমোহন সিঙে অসমৰ বাবে কি কৰিলে সকলোৱে জানেই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0