124
নতুন দিল্লীঃ নূন্যতম আয়ৰ আঁচনিৰ পাছত এইবাৰ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে আন এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
দেওবাৰে টুইটাৰযোগে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে দলটো যদি ক্ষমতালৈ আহে তেন্তে ২০২০ চনৰ ৩১ মাৰ্চৰ ভিতৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ২২ লাখ পদ পূৰণ কৰা হ’ব।