Home ৰাজ্যনলবাৰী তিলানা গাঁওৰ পথৰ দুৰৱস্থাৰ ভয়ংকৰ দৃশ্য

নলবাৰী তিলানা গাঁওৰ পথৰ দুৰৱস্থাৰ ভয়ংকৰ দৃশ্য

by News Desk
70 views
A+A-
Reset

নলবাৰীঃ ৰাজ্যত এতিয়া গড়কাপ্তানী পথৰ মৃত্যু ঘণ্টা বাজিছে এয়াই যে সত্য। নলবাৰী জিলাৰ হাজো-নলবাৰী পথৰ এলেংগীদলৰ মুল পথৰপৰা তিলানা সংযোগী পথটোৰ ভয়ংকৰ অৱস্থা দেখি মুৰে কপালে হাত দিছে ৰাইজে। 

বিগত দুদিনমানৰ বৰষুনৰ বাবেই পথটোৰ ৯০% পথ বোকাময় হোৱা বাবে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চলাচল বন্ধ হৈ পৰিছে৷ যাৰ ফলত বেমাৰ হ’লে চাইকেল নাইবা সাঙি কৰি নিব লাগে ৰুগীক চিকিৎসালয়লৈ। ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ আছে যদিও পথটোৰ দুৰৱস্থাৰ বাবে আহিব নোৱাৰে যাৰ ফলত সংকটজনক ৰোগী হাস্পতালৈ নিব নোৱাৰি। এইদৰে দুৰৱস্থা পথটোৰে বিপদ সংকুলভাৱে চাইকেল আৰু বাইক চলাই যাতায়াত কৰিব লগা হৈছে পথচাৰীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0