Home ৰাজনীতিপশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’ক উষ্ম আদৰণি

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’ক উষ্ম আদৰণি

by News Desk
87 views
A+A-
Reset

কনক দেউৰী,খেৰণিঃ ডিফু সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰেনছিং বে’ক আজি উষ্ম আদৰণি জনায় পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ বিধানসভা সমষ্টিত৷ উৎফুল্লিত জনতাই উৎসাহ-উদ্দীপনাৰে সাংস্কৃতিক নৃত্য গীতেৰে প্ৰথমে খেৰণি ফৰেষ্ট বজাৰত প্ৰাৰ্থীগৰাকীক আদৰণি জনোৱাৰ পিছতে বিশাল মটৰ চাইকেল, বাহন আদিৰ ৰেলীৰে খেৰণি ফৰেষ্ট বজাৰৰ পৰা বৈঠালাংছলৈ আদৰি অনা হৰেনছিং বে’ক খেৰণি, জেংখা, কলঙা, ডংকামোকাম, বৰথল আদি স্থানত উষ্ম আদৰণি জনাই সমষ্টিবাসীয়ে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0