লখিমপুৰঃ ১৪নং লখিমপুৰ লোকসভা সমষ্ঠিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ লখিমপুৰ ত্যাগ ক্ষেত্ৰ আৰু নাওবৈচাত নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰচাৰ চলায় নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই৷ নিৰ্বাচনী সভাত মোডী চৰকাৰৰ বাবে ভোট দিবলৈ ৰাইজক আৰাধ্য দেৱতাৰ নামত শপত খুৱালে হিমন্তই৷
#ৰাহুল গান্ধীৰ দৰিদ্ৰ পৰিয়ালক ৭২ হেজাৰ টকাকৈ দিয়াৰ ঘোষণাক কটাক্ষ হিমন্তৰ৷
# ৰাহুল গান্ধীৰ চৰকাৰ নহয়, তেওঁ সেয়া জানেই ৷ গতিকে যিকোনো ঘোষণাই কৰিব পাৰে৷
# আপুনি যদি বিজেপিক ভোট নিদিয়ে তেন্তে এই কেইদিন বিজেপিয়ে অনুষ্ঠিত কৰা নিৰ্বাচনী সভা সমূহলৈ নাযাব৷ কাৰণ আপোনাৰ ধৰ্ম নষ্ট হ’ব৷