66
নগাঁওঃ জনসাধাৰণৰ মাজত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা দিনক দিনে কমি আহিছে নেকি? মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীগৰাকীৰ পাছতে স্থান দখল কৰা ক্ষমতাশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বৰ্তমান সৰ্বানন্দ সোণোৱালতকৈ বেছি নেকি?
অন্য সমষ্টিত নহ’লেও একালৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাৰ দখলত থকা বটদ্ৰৱা বিধানসভা সমষ্টিত কিন্তু সৰ্বানন্দ সোণোৱালৰ তুলনাত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নিশ্চিতভাৱে অধিক৷