61
তেজপুৰঃ প্ৰধানমন্ত্ৰীয়ে পিন্ধে লাখটকীয়া ঘড়ী, ছ্যুট আৰু আছে কলম।
শোণিতপুৰ নাগৰিক সমাজৰ উদ্যোগত তেজপুৰত আয়োজিত ‘অসমৰ সাম্প্ৰতিক
পৰিস্থিতি আৰু ভৱিষ্যতৰ গতিপথ’ শীৰ্ষক বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে আঙুলীয়াই দিছে বিজেপিৰ ভুল-ত্ৰুটি