109
বৰপেটাঃ এন আৰ চিৰ শুনানি গ্ৰহণ কেন্দ্ৰসমূহত নাই নূন্যতম বহাৰ ব্যৱস্থা। বিশেষভাৱে সক্ষম লোক, ৰুগীয়া ব্যক্তি, গৰ্ভৱতী মহিলাবোৰেও ঘন্টাৰ পিছত ঘন্টা ধৰি দিনটো ঠিয় হৈয়েই অপেক্ষা কৰিছে।
নাই পৰ্যাপ্ত শৌচাগাৰ, প্ৰস্বাৱগাৰ। নাই খোৱাপানীৰ কোনোধৰণৰ ব্যৱস্থা। বিভাগীয় কৰ্তৃপক্ষ, সংবাদ মাধ্যমৰো ভূমিকা এতিয়া ৰহস্যজনক বিষয় হৈ পৰিছে বুলি জানিব পৰা গৈছে।