Home ৰাজ্যৰাজেন্দ্ৰ নাথ কলিতাৰ পৰলোকপ্ৰাপ্তি

ৰাজেন্দ্ৰ নাথ কলিতাৰ পৰলোকপ্ৰাপ্তি

by News Desk
95 views
A+A-
Reset

বৰনৰ্দ্দীঃ গুৱাহাটী ৰূক্মিনী নগৰ নিবাসী বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি ৰাজেন্দ্ৰ নাথ কলিতাৰ শুকুৰবাৰে দুপৰীয়া গুৱাহাটীৰ এʼপল হাস্পতালত পৰলোক প্ৰাপ্তি ঘটে। 

মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ। আনহাতে, নলবাৰী জিলাৰ ভালুকী গাঁওত জন্ম গ্ৰহণ কৰা স্বল্পভাষী কলিতাই জলসম্পদ বিভাগৰপৰা সহঃ অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত সহধৰ্মিনী, এগৰাকী পুত্ৰ-বোৱাৰী, দুগৰাকী জিয়ৰীৰ লগতে নাতি-নাতিনী আৰু অনেক গুণমুগ্ধ ইহ সংসাৰত এৰি থৈ যায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0