126
তামুলপুৰঃ দুবছৰ ধৰি সন্ধানহীন বাক্সাৰ এগৰাকী সোতৰ বছৰীয়া যুৱতী৷ আজিলৈকে শুংসুত্ৰ নাই আজিৰণ নেচাৰ৷
এতিয়া নিজ পুত্ৰী উভতি অহাৰ অপেক্ষাত মাথোন পিতৃ-মাতৃ ৷ পিচে ক’লৈ গৈছে আজিৰণ নেচা? এগৰাকী সোতৰ বছৰীয়া যুৱতী৷ দুই বছৰে নাই সন্ধান৷ বিচাৰি বিচাৰি হতাশ হৈ পৰিছে পিতৃ-মাতৃ৷