65
খেৰণিঃ উজনি অসমৰ গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাছতেই সৃষ্টি হৈছে কাৰ্বি আংলঙৰ কুঁহিয়াৰ কৃষকৰ মাজত হাহাকাৰ। সম্প্ৰতি গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ ঘটনাই চুই গৈছে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক৷
ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনৰ, ব্যক্তিবিশেষৰ ক্ষোভৰ উদগীৰণ ঘটিছিল ৰাজ্যখনত। পৰিপ্ৰেক্ষিতত দিছপুৰে এই সুৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে লালি গুড়ৰপৰা মদ তৈয়াৰ কৰা হয় বুলি বজাৰত গুৰ বিক্ৰীও বন্ধ কৰি দিয়ে।