55
দুলীয়াজানঃ ৰাজ্যত সংবাদিকৰ সুৰক্ষা বিষয়টো এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ এনেধৰণৰ ঘটনা পুনৰ সংঘটিত হৈছে দুলীয়াজানৰ নাওহলীয়াত৷
দুলীয়াজানৰ নাওহলীয়া অঞ্চলৰ প্ৰাগ নিউজৰ সাংবাদিক শ্ৰী ব্ৰজেন গগৈক তেওঁৰ ঘৰৰ সমীপতে কোনো এক অচিনাক্ত ৰ্দুবৃত্তই হত্যাৰ ভাবুকি দিয়ে।