64
খাৰুপেটীয়াঃ নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতে দৰঙৰ খাৰুপেটীয়াত নিৰ্বাচনী বিষয়াই জব্দ কৰিলে আঢ়ৈ লাখ টকা৷
As-13G 9211 নম্বৰৰ এখন স্কৰপিঅ’ গাড়ীত খাৰুপেটীয়া টাউনৰ মাজমজিয়াত সন্ধীয়া ৭ বজাত ব্যৱসায়ী হামিদুৰ ৰহমান ওৰফে ভোলাৰপৰা নিৰ্বাচনী বিষয়া ভৰত দেউৰীয়ে জব্দ কৰে টকাখিনি৷