Home ৰাজনীতিতেজপুৰত নিৰ্বাচনী প্ৰস্তুতি

তেজপুৰত নিৰ্বাচনী প্ৰস্তুতি

by News Desk
61 views
A+A-
Reset

তেজপুৰঃ ৯ নং তেজপুৰ লোকসভা সমষ্টিত অহা বৃহস্পতিবাৰে অৰ্থাৎ ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ লগত জড়িত প্ৰিজাইডিঙ আৰু প্ৰথম প’লিং বিষয়াসকলৰ লগতে মণ্ডল আৰু চেক্টৰ বিষয়াসকলৰো ইতিমধ্যে তেজপুৰৰ দৰং মহা বিদ্যালয়ৰপৰা ভোট গ্ৰহণ কেন্দ্ৰলৈ গমন কৰিছে৷

আগন্তুক নিৰ্বাচনৰ বাবে নিয়োগ কৰা সূক্ষ্ম-পৰ্যবেক্ষকসকলকো সাধাৰণ পৰ্যবেক্ষকৰ তত্বাৱধানত তেওঁলোকে পালন কৰিছে নিজৰ দায়িত্ব। নিৰ্বাচনত ব্যৱহাৰ হ’বলগীয়া ইভিএম আৰু ভিভিপেট মেচিনসমূহ ভোট কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা কৰিছে৷ তেজপুৰ নিৰ্বাচনী জিলাৰ মুঠ ১৮৮০ টা পুলিং কেন্দ্ৰৰ বাবে সৰ্বমুঠ ১১১৮ টা ইভিএম আৰু ভিভিপেট চেট প্ৰয়োজন হোৱাৰ বিপৰীতে জিলাখনৰ বাবে ১৬ শতাংশ বেলট আৰু কন্ট্ৰ’ল ইউনিত আৰু ২৬ শতাংশ ভিভিপেট মেচিন আচুতীয়াকৈ সংৰক্ষণ কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0