কংগ্ৰেছৰপৰা খেদা খাই অহা নেতাক দলত থাকিবলৈ নিদিয়োঃ আৰপি শৰ্মা

Home ৰাজনীতিকংগ্ৰেছৰপৰা খেদা খাই অহা নেতাক দলত থাকিবলৈ নিদিয়োঃ আৰপি শৰ্মা

কংগ্ৰেছৰপৰা খেদা খাই অহা নেতাক দলত থাকিবলৈ নিদিয়োঃ আৰপি শৰ্মা

by News Desk
64 views
A+A-
Reset

গুৱাহাটীঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পুনৰ সৰৱ হৈ পৰে তেজপুৰৰ বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা আৰ পি শর্মা। মন্ত্ৰীগৰাকীৰ সন্দৰ্ভত তেওঁ কয় যে ২০২১ লবি ৰাজনীতিৰ অৱসান ঘটায় ৰাজ্যত পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ হ’ব। য’ত বিজেপি দলে লাভ কৰিব ৭০-৮০ খন আসন। লগতে ২০২১ চনৰ চৰকাৰত সৰ্বানন্দ সোণোৱাল বিজেপি দলত থাকিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপি থাকিবলৈ নাপায় বুলিও তেওঁ কয়৷

সাংসদ গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰপৰা খেদা খোৱা নেতা বুলি কটাক্ষ কৰি কয়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0