মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ পাহাৰীয়া জিলাৰ ডিফু সমষ্টিত

Home ৰাজনীতিমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ পাহাৰীয়া জিলাৰ ডিফু সমষ্টিত

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ পাহাৰীয়া জিলাৰ ডিফু সমষ্টিত

by News Desk
92 views
A+A-
Reset

খেৰণিঃ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ডিফু লোকসভা সমষ্টিৰ নিৰ্বাচনক লক্ষ্য কৰি পাহাৰীয়া জিলা ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ক্রমান্নয়ে তীব্ৰ গতিত বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা আৰু ব্যস্ততা। নিৰ্বাচনত জয়ী হোৱাৰ আপ্ৰাণ চেষ্টা আৰু লক্ষ্যৰে ৰাজনৈতিক দলসমূহে ইটোৰ পিছত সিটোকৈ কাৰ্বি পাহাৰৰ বিভিন্ন স্থানত ব্যাপকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। 

এফালে যদি ৰাইজৰ মনৰপৰা বিজেপিক প্ৰত্যাখ্যান কৰোৱাৰ বাবে কংগ্ৰেছে অভিসন্ধি ৰচি আসন দখলৰ চেষ্টা চলাইছে আনফালে আকৌ শাসনাধিষ্ঠ বিজেপি দলে কংগ্ৰেছক প্ৰত্যাহ্বান জনায় নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ জিলাখনত বিজেপিৰ ৰথী-মহাৰথী, মন্ত্ৰী আমোলাক নমাই আনি নিৰ্বাচনী প্ৰচাৰ চলাইছে। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশৰূপে বুধবাৰে কাৰ্বি আংলঙৰ বকলিয়াঘাট, খেৰণি আৰু ডিমা হাছাওৰ হাফলঙত আয়োজন কৰা তিনিখনকৈ বিজেপি সভাত স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ লৈ বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে’ৰ হৈ মৰাথান নিৰ্বাচনী প্ৰচাৰ চলায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0