63
লখিমপুৰঃ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ জাপি দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য ত্যাগ কৰা নেতা হিৰন্য পাঠৰীয়ে৷
বিজেপি দলত যোগদান কৰাৰ পৰৱৰ্তী সময়ত বুধবাৰে দিনৰ ৪ বজাত লখিমপুৰ জিলা বিজেপি কাৰ্য্যালয়ত সংবাদ মেল আয়োজন কৰি হিৰন্য পাঠৰীয়ে আঙুলিয়াই অখিল গগৈৰ সম্পত্তিৰ ওপৰত৷