Home ৰাজনীতি‘এক উত্তৰ পূৰ্বাঞ্চল, এক উচ্চাৰণ’ৰ শ্ল’গানেৰে এনপিপি শিপাইছে কাৰ্বি আংলঙত

‘এক উত্তৰ পূৰ্বাঞ্চল, এক উচ্চাৰণ’ৰ শ্ল’গানেৰে এনপিপি শিপাইছে কাৰ্বি আংলঙত

by News Desk
91 views
A+A-
Reset

খেৰণিঃ লক্ষ্য লোকসভা নিৰ্বাচন। “এক উত্তৰ পূৰ্বাঞ্চল, এক উচ্চাৰণ”ৰ শ্ল’গানেৰে নেচনেল পিপুলছ পাৰ্টী, চমুকৈ এনপিপিয়ে ইতিমধ্যে ব্যাপকভাৱে শিপাইছে ডিমা হাছাও আৰু কাৰ্বি আংলঙত। 

কংগ্ৰেছ-বিজেপিৰ সমান্তৰালকৈ এনপিপিয়েও বৃহত্তৰ ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত তীব্রতৰভাৱে চলায় গৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান। সম্প্ৰতি দুৰ্নীতিকাৰী, শোষণকাৰী, ভ্ৰষ্টাচাৰী দল হিচাপে কংগ্ৰেছ-বিজেপিক অভিহিত কৰি বৃহস্পতিবাৰো এনপিপিয়ে ব্যাপক তৎপতাৰে নিৰ্বাচনী প্ৰচাৰ চলায় পশ্চিম কাৰ্বি আংলঙৰ খেৰণি মাজবস্তি, জেংখা আদি অঞ্চলত।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0