76
বৰনৰ্দ্দীঃ আগন্তুক দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ কেইদিনমান বাকী থকাৰ সময়তে নলবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত পথসভা কৰি বিজেপি আৰু চৰকাৰক তুলাধুনা দি মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ভুবনেশ্বৰ কলিতাই চলায় নিৰ্বাচনী প্ৰচৰ।
উল্লেখ্য যে, সমাগত লোকসভা নিৰ্বাচনক লৈ ৮ নং মংগলদৈ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে আটাইকেইটা ৰাজনৈতিক দলে।