দৰঙত মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসকৰ দপদপনি

Home ৰাজ্যদৰঙত মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসকৰ দপদপনি

দৰঙত মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসকৰ দপদপনি

by News Desk
67 views
A+A-
Reset

দৰংঃ ৰাজ্যত চিকিৎসা বিজ্ঞান, চিকিৎসা খণ্ডত আমূল পৰিৰ্বতনৰ জোঁৱাৰৰ শ্ল’গান চলি থকাৰ সময়তে দৰঙৰ দলগাঁৱৰ ঢেকেৰীগাঁৱত আবিৰ্ভাৱ ঘটিছে এজন মুন্না ভাই এম বি এছ ৰূপী চিকিৎসকৰ৷ নিজকে এম বি বি এছ বুলি পৰিচয় দিয়া এইজন চিকিৎসকে মেডিকেল ডিগ্ৰী ডিপ্লমা নাথাকিলেও ডিগ্ৰীধাৰী চিকিৎসক সকলতকৈয়ো বেছি অভিজ্ঞতা আছে বুলি গাই ফুৰে মুন্না ভাই ৰূপী চিকিৎসক জিয়াউৰ ৰহমানে৷ 

দলগাঁৱৰ ঢেকেৰীগাঁৱত অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীত নাৰ্ছিং হোম খুলি লৈ এজন ডিগ্ৰীধাৰী চিকিৎসকৰ দৰেই দীৰ্ঘদিন ধৰি চিকিৎসা চলাই আহিছে জিয়াউৰে৷ আনহাতে, মুন্না ভাই জিয়াউৰৰ চিকিৎসা পদ্ধতিত আয়ুৰ্বেদিক এলোপেথিক কোনো পদ্ধতিয়েই বাদ নাই৷ সকলো পদ্ধতিৰেই চলাই ৰোগীৰ ওপৰত পৰীক্ষা নিৰীক্ষা৷ কিন্তু জানিব পৰা মতে বেমাৰীক চিকিৎসা কৰিবলৈ জিয়াউৰৰ নাই আয়ুৰ্বেদিক আৰু এল’পেথিক চিকিৎসা কৰিবলৈ কোনো ডিগ্ৰী৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0