Home ৰাজ্য২০ এপ্ৰিলৰপৰা ২৩ এপ্ৰিললৈকে গুৱাহাটীৰ আইএছবিটিৰপৰা নচলে দূৰণিবটীয়া বাছ

২০ এপ্ৰিলৰপৰা ২৩ এপ্ৰিললৈকে গুৱাহাটীৰ আইএছবিটিৰপৰা নচলে দূৰণিবটীয়া বাছ

by News Desk
A+A-
Reset
bu

গুৱাহাটীঃ তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ বাবে গুৱাহাটীৰপৰা চলিবলগীয়া দূৰণিবটীয়া বাছসেৱাৰ ক্ষেত্ৰত প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নির্দেশনা।

অহা ২০ এপ্ৰিলৰপৰা ২৩ এপ্ৰিললৈকে গুৱাহাটীৰপৰা চলাচল কৰিবলগীয়া দূৰণিবটীয়া বাছ সেৱাসমূহ আইএছবিটিৰ পৰিৱৰ্তে চলিব খানাপাৰা আৰু জালুকবাৰী-আদাবাৰীৰপৰা। প্ৰশাসনে জাৰি কৰা এক নির্দেশ অনুসৰি উক্ত দিনকেইটাত উজনিমুৱা বাছসমূহ আইএছবিটিৰ পৰিৱৰ্তে চলাচল কৰিব খানাপাৰাৰপৰা আৰু নামনিমুৱা বাছসমূহ চলাচল কৰিব আদাবাৰী আৰু জালুকবাৰীৰপৰা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0