56
গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে স্থানীয় বন্ধৰ ঘোষণা। ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা সমষ্টিসমূহত এনআই এক্টৰ অধীনত বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।
সেই অনুসৰি ২৩ এপ্ৰিলত গুৱাহাটীতো বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী কাৰ্যলয়, অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠানৰ-কলেজ, ব্যৱসায় বাণিজ্য সকলো।