100
লখিমপুৰঃ বিভিন্ন দল-সংগঠনে ভিন্ন প্ৰতিবাদ কৰাৰ পাছতো জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিধেয়ক বাতিলৰ দাবীত লখিমপুৰৰ ভাস্কৰ্য শিল্পী প্ৰদীপ গগৈয়ে লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্ব-নিৰ্মিত প্ৰতীকী ভাস্কৰ্য স্মাৰক প্ৰদান কৰে।